হোম 2018-11-12T07:53:57+00:00
Indra Marshal Logo

শ্রেষ্ঠতা আৰু উদ্ভাবনৰ দ্বাৰা অনুপ্রাণিত

আমি উচ্চ গুণসম্পন্ন ফাৰ্ম যন্ত্রপাতি প্রদান কৰো, গাৰ্হস্থ্যৰ পৰা বাণিজ্যিকলৈকে আমাৰ সকলো আছে ।

ইন্দ্র মাৰ্শ্বল কিয় পচন্দ কৰিব ?

আমি কেন্দ্রীয় ভাৰতৰ বিশাল আৰু অতি পুৰণা কৃষি ভিত্তিক অভিযান্ত্রিক কোম্পানী। কোম্পানীয়ে ব্যাপাৰ আৰমভ কৰিছিল 1968 চনত। কোম্পানীটো ইন্ডোৰত 80,000 বৰ্গ ফুটতকৈয়ো অধিক এলেকাত বিয়পি আছে যি উন্নত আধাৰিক সংৰচনা সুবিধাৰ সৈতে কৃষি ভিত্তিক অভিযান্ত্রিক যন্ত্রপাতি নিৰ্মাণ কৰে।আমি এক বিস্তৃত পৰিসৰত কৃষি উপকৰণ এক বিশাল শ্রেণীত প্রদান কৰো।

অভিযান্ত্রিকতাৰ এক শ্রেষ্ঠ ৰূপ

ইন্দ্র মাৰ্শ্বল কৃষি যন্ত্রপাতি আৰু গবেষণাৰ শ্রেষ্ঠতা আৰু কৃষি পদ্ধতিৰ বিভিন্ন শৃঙ্খলাবদ্ধ উন্নয়নৰ বাবে উৎসৰ্গিত যিয়ে জাতিগতভাবে এক পাৰ্থক্য লৈ আহে।

  • পাৱাৰ টিলাৰ

  • ডিজেল ইঞ্জিন পাম্পচেট

  • মাল্টি ফুৱেল পাম্পচেট

  • বৈদ্যুতিক পাম্পচেট

  • কম্প্রেচৰচ্

আমাৰ গ্রাহকৰ ভিত্তিত অন্তৰ্ভূক্ত আছে কৃষক, চৰকাৰী বিভাগ, শিল্প উদ্যোগ ইত্যাদি

আমাৰ উদ্দেশ্য

আমি দীৰ্ঘকাল ধৰি অটুট থকা উপায় প্রদান কৰাৰ চেষ্টা কৰো, যি মানব জীৱনৰ বাবে প্রয়োজনীয়।আমি আমাৰ গ্রাহক সকলে কৃষি,কৃষি শিল্পভিত্তিক অংশসমূহ আৰু পুঁজি ক্ষমতাৰ ক্ষেত্রত সন্মুখীন হোৱা প্রত্যাহ্বান সমূহৰ ওপৰত মনযোগ নিবিষ্ট কৰো, তেওঁলোকৰ জীবন অনাগত দিনবোৰৰ বাবে সমৃদ্ধশালী কৰি ।

আমাৰ বুনিয়াদী মূল্যায়নে আমি কোন হব বিচাৰো সেইটো সংজ্ঞায়িত কৰে।এইবোৰ সকলো সময়তে সমৰ্থন কৰা আৰু সংগঠনৰ ডিএনএত খচিত কৰা উচিত।

  • জনসাধাৰণৰ বাবে সন্মান : আমাৰ সকলো বাৰ্তালাপৰ সময়ত সকলো মানুহৰ বাবে মৰ্যদা আৰু সন্মান প্রদৰ্শন কৰিম।আমি পদবী অথবা পৰিবেশ নিৰ্বিশেষে কোনো ব্যক্তিৰ মৰ্যদা হানি সহ্য নকৰিম।
  • সশক্তিকৰণ: সকলো স্তৰতে থকা ব্যক্তিৰ তেওঁলোকৰ পৰিসৰত থকা শ্রকাৰ্যৰ ওপৰত ৰায় লোৱাৰ শক্তি আৰু আত্মবিশ্বাস নিহিত থকা উচিত।
  • পাৰদৰ্শিতা : মানুহে তেওঁলোকৰ বিষয়ে উপনীত হোৱা ৰায়ৰ বাবে ব্যৱহাৰ কৰা প্রক্ৰিয়া আৰু মানদন্ডৰ বিষয়ে বুজিব পাৰিব।
  • সহযোগীতা : আমি আমাৰ সহকৰ্মী সকলৰ লগত উদ্যমী সহযোগীতা আৰু পাৰস্পৰিক শ্রদ্ধাৰে কাৰ্য কৰিম।

আমাৰ কৌশলগত মূল্যায়নে নিৰ্ধাৰণ কৰিব আমি কল্পনা কৰা ভবিষ্যত কেনেকৈ অৰ্জন কৰিম।এই সকলোবোৰ আমাৰ চিন্তন আৰু কাৰ্য কৰাৰ পদ্ধতিৰ ওপৰত খচিত হোৱা উচিত।

  • গ্রাহক কেন্দ্রী : গ্রাহকৰ প্রয়োজনীয়তা আৰু অভিজ্ঞতাৰ প্রতি তীব্ৰ সংবেদনশীলতাই আমি কৰা সকলো কাৰ্যলৈ পথপ্রদৰ্শক হব।
  • শ্রেষ্ঠত্ব :আমি কৰা সকলো কাৰ্যত আমি বিশ্বমানৰ মানদন্দ অৰ্জন আৰু অতিক্ৰম কৰাৰ
    চেষ্টা কৰিম।

  • নবপ্রবৰ্তিত বস্তু : আমি প্রযুক্তি আৰু কল্পনা ব্যৱহাৰ কৰি গ্রাহকৰ প্রয়োজনীয়তা অনুসৰি উপায় প্রদান কৰিম।

  • দ্ৰুততা : আমি দিশ পৰিবৰ্তনৰ ক্ষমতা আৰু ক্ষিপ্রতাৰে অবস্থান আৰু গতি পৰিবৰ্তনৰ সৈতে আমাৰ বজাৰসমূহ পৰিচালনা কৰিম।

বিনিয়োগকাৰী, কৰ্মচাৰী, গ্রাহক আৰু সম্প্রদায়ৰ বাবে বিশ্বৰ ভিতৰতে এক প্রমুখ কোম্পানী হোৱা।

স্থিৰভাবে লাভজনক।দক্ষতাৰে ক্ৰমবৰ্ধমান।মানুহ আৰু দেশৰ বাবে সন্মান।

আমি সকলোতকৈ অগ্রসৰিত চিন্তন আৰু গ্রাহক কেন্দ্রিক ধাৰণ ক্ষমতাযুক্ত ফাৰ্ম যন্ত্রপাতি সৰবৰাহকাৰী হোৱাৰ লক্ষ্য ৰাখিছো।

পাৱাৰ টিলাৰ

কন্ভেনশ্বনেল ডিজেল ইঞ্জিন

ৰোটাৰী টিলাৰ

Join Now To Get Seasonal Discounts Directly To Your Mail

Become Part of Indra Marshal for Creating A Bright Future.