ইলেক্ট্রিকেল পাম্পচ্

/ইলেক্ট্রিকেল পাম্পচ্
ইলেক্ট্রিকেল পাম্পচ্ 2018-10-23T11:10:26+00:00

Project Description

এই পাম্পচেট বোৰত বৈদ্যুতিক মটৰ মুখ্য চালক হিচাপে আছে।বৰ্তমান আমাৰ ওচৰত বিশাল পৰিসৰত স্ব প্রিমিং, এগ্রি মন”ব্লকচ, অপেন ৱেল চাবমাৰ্চিবল আৰু বোৰ ৱেল চাবমাৰ্চিবল আছে।বৈদ্যুতিক পাম্প সমূহ সেই অঞ্চল অনুসৰি, বিশিষ্ট শিৰ আৰু নিষ্কাষনৰ সৈতে ঘৰুৱা আৰু কৃষিভিত্তিক উদ্দেশ্যে বহুল ভাবে ব্যবহাৰ কৰা হয়।আমি শেহতীয়া প্রযুক্তি আৰু প্রয়োগ অনুসৰি উপযুক্ত পাম্প প্রদান কৰিবলৈ প্রতিজ্ঞাবদ্ধ।

এটম চিৰিজ

ইন্দ্র মাৰ্শ্বল ঘৰুৱা স্ব প্রিমিং পাম্প সমূহ উন্নতভাবে তাপ অপব্যয় আৰু ক্ষয় প্রতিৰোধ কৰিবৰ বাবে এলুমিনিয়াম এক্সট্রুডেড্ মটৰ বডীৰ সৈতে ডিজাইন কৰা হৈছে।দুতৰপীয়া সুৰক্ষিত বল বিয়াৰিঙে বাহ্যিক লুব্রিকেশ্বন নোহোৱাতো নিশ্চিত কৰে। স্ফীতকাৰী পিতলৰ আৰু আবৰণ কেঁচা লোহাৰ হয়।এইবোৰ কুঠী, হস্পিটেল, সৰু ফোঁৱাৰা, বাগিছা ইত্যাদিত ব্যবহাৰ কৰিব পাৰে। এই সৰু আকাৰৰ পাম্প অতি সৰু স্থানতো খাপ খায়। এইটো উন্নত কাৰ্যক্ষমতা আৰু দীঘলীয়া জীৱনৰ বাবে উচ্চ গুণসম্পন্ন সামগ্রীৰে বনোৱা হয়।

MODEL Atom I Atom II Atom 50 Atom 100
MOTOR  BODY Aluminium Aluminium Aluminium Aluminium
POWER  HP/ kW 0.5/ 0.37 1.0/0.75 0.5/ 0.37 1.0/0.75
SUC./ DEL.  Size in mm 25×25 25×25 25×25 25×25
MAX. FLOW  in LPH 2160 2820 2400 3600
MAX. HEAD in meters 24 30 28 48
FULL LOAD CURRENT (Amp.) 2.5 3.2 2.8 5.5
VOLTAGE RANGE (V) 180-240 180-240 180-240 180-240

Pump Body: Cast Iron

Motor Body : Extruded Aluminium.

Bearing : Self Lubricating, Double Shielded , Water & Dust Proof.

Impeller : Brass.

Shaft : Hard Chrome plated Steel.

Mechanical Seal : 12mm Carbon& Ceramic.

Winding Wire : Copper Wire with ” B / F ” Class Insulation.

  • উন্নতভাবে তাপ অপব্যয় আৰু ক্ষয় প্রতিৰোধ কৰিবৰ বাবে এলুমিনিয়াম এক্সট্রুডেড্ মটৰ বডী।
  • মটৰে ব্যাপক ভল্টেজ অস্থিৰতা 180 – 240 ভল্ট প্রতিৰোধ কৰিব পাৰে।
  • 6 মিটাৰলৈকে স্থিৰ শোষণ লিফ্ট প্রিমিং কৰিবলৈ সক্ষম।
  • কম ভল্টেজত মটৰ জ্বলি যোৱা প্রতিৰোধ কৰিবলৈ থাৰ্মেল অভাৰলোড প্রটেক্টৰ (TOP)ৰ সৈতে লগোৱা থাকে।
  • টোটেলী এনক্লোজড্ ফেন কুলড্ (TEEF)মটৰ।
  • কেপাচিটৰ আৰম্ভ আৰু চলোৱা মটৰ আইপি-44 সৰক্ষাৰ সৈতে
  • “B” শ্রেণীৰ ইনচ্যুলেশ্বন্ ।
  • কেপাচিটৰ টাৰ্মিনেল বাকচৰ ভিতৰত থোৱা হয় ।
  • দুতৰপীয়া আবৰণৰ বল বিয়াৰিং –বাহ্যিক লুব্রিকেশ্বনৰ প্রয়োজন নহয়।
Download Brochure

ISWP 05 & 10

ইন্দ্র মাৰ্শ্বল শ্বেল” ৱেল পাম্প সমূহ জেট পাম্প ,উচ্চ শিৰ প্রয়োগৰ বাবে উপযুক্ত। এইটো গড় সমুদ্রতলৰ পৰা 8 মিটাৰলৈকে স্ব প্রিমিং কৰিব পাৰে।ইয়াত এলুমিনিয়াম মটৰ বডী আছে আৰু এইটো মটৰ জ্বলন প্রতিৰোধৰ বাবে থাৰ্মেল অভাৰলোড প্রটেক্টৰৰ সৈতে লগোৱা থাকে।প্রতিস্থাপনৰ যোগ্য ব্যবহাৰৰ ফলত হোৱা ক্ষয় ক্ষতিৰ অংশবোৰে সহজ ৰক্ষণাবেক্ষণ আৰু দীঘলীয়া জীবনৰ অনুমতি দিয়ে।পাম্পটো উলম্ব আৰু লগতে অনুভূমিক সংস্কৰণতো উপলব্ধ।প্রতিস্থাপনৰ যোগ্য ব্যবহাৰৰ ফলত হোৱা ক্ষয় ক্ষতিৰ অংশবোৰে সহজ ৰক্ষণাবেক্ষণ আৰু দীঘলীয়া জীবনৰ অনুমতি দিয়ে।

MODEL ISWP05 ISWP10
MODEL ISWP05 ISWP10
MOTOR  BODY AL AL
POWER  HP/ kW 0.5/ 0.37 1.0/0.75
SUC./ DEL.  Size in mm 25×25 25×25
MAX. FLOW  in LPH 3000 3300
MAX. HEAD in meters 30 36
MAX. SUCTION in meters. 8.5 8.5
FULL LOAD CURRENT (Amp). 4.5 5.5
VOLTAGE RANGE (V) 180-240 180-240

Pump Body : Cast Iron

Motor Body : Extruded Aluminium.

Bearing : Self Lubricating, Double Shielded , Water & Dust Proof.

Impeller : Cast Iron / Noryl.

Shaft : Hard Chrome plated Steel.

Mechanical Seal : 12mm Carbon& Ceramic.

Winding Wire : Copper Wire with ” B / F ” Class Insulation.

• নিম্ন খৰচৰ সৈতে উচ্চ নিৰ্গমন
• নন্ ৰিটাৰ্ণ ভালভ যুক্ত স্ব প্রিমিং
• মটৰ জ্বলন প্রতিৰোধৰ বাবে থাৰ্মেল অভাৰলোড প্রটেক্টৰ(TOP)ৰ সৈতে লগোৱা থাকে।
• ধাতুৰ আবৰণ যুক্ত বিয়াৰিং–বাহ্যিক লুব্রিকেশ্বনৰ প্রয়োজন নহয়।
• দীঘলীয়া জীবন আৰু মামৰে ধৰা প্রতিৰোধ কৰিবলৈ, কঠিন ক্রোম প্লেটেড ষ্টীল শ্বাফ্ট
• বন্ধ ইম্পেলাৰ, উন্নত আৰু দৃঢ় কাৰ্যক্ষমতাৰ বাবে।
• সহজে উঠাবৰ বাবে কঠিন হেন্ডেল।
• মটৰে ব্যাপক ভল্টেজ অস্থিৰতা প্রতিৰোধ কৰিব (180 V – 240V)।
• TEC, কেপাচিটৰ আৰম্ভ আৰু চলোৱা মটৰ।

Download Brochure

IMB চিৰিজ

এই পাম্প সমূহে 180-240 ভল্টলৈকে ভল্টেজ অস্থিৰতা প্রতিৰোধ কৰিব পাৰে। এইবোৰত দীঘলীয়া জীবন আৰু মামৰ মুক্ত ক্ৰিয়া প্রণালীৰ বাবে CED প্রলেপযুক্ত সিক্ত উপাদান থাকে। কেঁচা লোহা ইম্পেলাৰ, বিতৰণ আবৰণ, এই পাম্প সমূহ বাগছা আৰু সৰু ফাৰ্ম জল সৰবৰাহ, ফোঁৱাৰাত পানী সৰবৰাহ, চাম্পচ্ আৰু পানী টেঙ্কিৰ বাবে উপযুক্ত ।

MODEL IMB-518 IMB-510 IMB-1030 IMB-1013 IMB-1515 IMB-1522 IMB-2012
MOTOR  BODY CI CI CI CI CI CI CI
POWER  HP/ kW 0.5/ 0.37 0.5/ 0.37 1.0/0.75 1.0/0.75 1.5/1.1 1.5/1.1 2.0/1.5
SUC./ DEL.  Size in mm 25×25 40×40 25×25 50×50 50×50 50×40 75×75
MAX. FLOW  in LPM 100 300 120 450 520 380 825
MAX. HEAD in meters 18 12 30 13 15 22 12
FULL LOAD CURRENT (Amp.) 2.8 4.5 6.5 7.8 9.8 9.8 10.5
VOLTAGE RANGE (V) 180-240 180-240 180-240 180-240 180-240 180-240 180-240

Pump Body : Cast Iron

Motor Body : Cast Iron.

Bearing : Self Lubricating, Double Shielded , Water & Dust Proof.

Impeller : Cast Iron / Noryl.

Shaft : Hard Chrome plated Steel.

Mechanical Seal : 12mm Carbon& Ceramic.

Winding Wire : Copper Wire with ” B / F ” Class Insulation.

  • 180 – 240 ভল্টলৈকে ভল্টেজ অস্থিৰতা প্রতিৰোধ কৰিব পাৰে।
  • চাকশ্বন লিফ্ট 7.5 মি লৈকে ।
  • মডেল সমূহ IP-44 সুৰক্ষৰ সৈতে।
  • “B” ক্লাচ ইনচুলেশ্বন।
  • সকলো হাইড্রলিক অংশ মামৰ মুক্ত দীঘলীয়া জীবনৰ বাবে CED আবৰণৰে আবৃত।
  • খোৱা পানীৰ বাবে স্বাস্থ্যকৰ।
Download Brochure

অপেন ৱেল চাবমাৰ্চিবল্

ইন্দ্র মাৰ্শ্বল অপেন ৱেল পাম্প সমূহ ভাৰতীয় গ্রাহকৰ বিশিষ্ট প্রয়োজন অনুসৰি ডিজাইন কৰা হৈছে। IOSপাম্প সমূহে লঘূ ওজন আৰু সুগঠিত ডিজাইন, শক্তি উপযোগ হ্রাস কৰা আৰু শক্তিৰ অস্থিৰতাৰ কাৰণে হোৱা বিদ্যুতৰ অত্যাধিক বোজাৰ সমস্যা দক্ষতাৰে সমাধান কৰাৰ দাবি কৰে।অতিৰিক্ত ভাবে,গ্রাহক সকলে এক উন্নত কাৰ্যক্ষমতা বিশ্বাসযোগ্য ভাবে বৰ্ধিত কৰিব পাৰে।

এই পাম্প সমূহ পানীৰ তলৰ কাৰ্যত প্রয়োগ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, প্রিমিং আৰু ফুট ভালভ্ৰ প্রয়োজন নহয়। ইয়াৰ উপৰিও, এই পাম্প সমূহে 180-415 ভল্টলৈকে ভল্টেজ অস্থিৰতা প্রতিৰোধ কৰিব পাৰে। এই নিমজ্জিত পাম্প সমূহ কুঁৱা, চাম্পচ্, পানী- টেঙ্কৰ লগতে বাগিছাত পানী দিয়া, স্প্রিঙ্কলাৰচ্ আৰু প্রচলিত জল সৰবৰাহত ব্যাপক ভাবে ব্যবহাৰ কৰা হয়।

Head : 3 to 54 Mtrs.

Capacity : 750 to 20 LPM

Power Rating:  0.37kW/0.5HP to 7.4kW/10HP

Voltage Range : 180 to 240 V (Single Phase) & 220 to 415 V

Delivery Casing : Cast Iron

Impeller : Cast Iron/NORYL

Motor Body : SS/CI.

  • পাম্প সমূহ পানীৰ তলৰ কাৰ্যত প্রয়োগ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।প্রিমিং আৰু ফুট ভালভ্ৰ প্রয়োজন নহয়।
  • সহজ স্থাপন – প্রতিস্থা আৰু ইন্সুলেশ্বন প্লেটফৰ্ম বা পাম্প হাউচৰ প্রয়োজন নহয়।
  • ব্যাপক ভল্টেজ অস্থিৰতা প্রতিৰোধ কৰিব পাৰে।
  • থাৰ্মেল অভাৰলোড প্রটেক্টৰ(TOP)ৰ সৈতে 0.5 & 1.0 HPত লগোৱা থাকে।
  • উচ্চ দক্ষতা আৰু শক্তি সংৰক্ষণ ডিজাইন।
  • লঘূ ওজন আৰু সুগঠিত ডিজাইন।
  • গতিশীল ভাৰসাম্য আবৰ্তিত অংশ।
  • পৰিবৰ্তনযোগ্য ধাৰণ অংশ।
Download Brochure

বোৰ ৱেল চাবমাৰ্চিবলচ্

এই পাম্প সমূহত বিজুলী কম ক্ষয় হয়।সৰ্বোত্তম কাৰ্যক্ষমতাৰে ডিজাইন কৰা এই পাম্প সমূহ পানী পূৰ্ণ মটৰৰ বাবে উপযোগী। গতিশীল ভাৰসাম্য আবৰ্তিত অংশ সমূহৰ কাৰণে, কম কম্পন আৰু নিম্ন শব্দ স্তৰৰ এই পাম্প সমূহ ঘৰুৱা আৰু শিল্পউদ্যোগত পানীৰ সৰবৰাহ, স্প্রিঙ্কলাৰ আৰু ড্রিপ জল সৰবৰাহ পদ্ধতি, ফাৰ্ম হাউচ, নাৰ্চাৰী আৰু বাগিছা আৰু বুষ্টাৰ পদ্ধতিৰ বাবে জনপ্রিয়। এইটো এক শক্তি কাৰ্যক্ষম, মামৰে ধৰা আৰু ঘৰ্ষন প্রতিৰোধ অংশৰ সৈতে সহজতে স্থাপন কৰিব পৰা পাম্প।

এই পাম্প সমূহ পানীৰ তলৰ কাৰ্যত প্রয়োগ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, প্রিমিং আৰু ফুট ভালভ্ৰ প্রয়োজন নহয়।ইয়াৰ উপৰিও, এই পাম্প সমূহে 180-415 ভল্টলৈকে ভল্টেজ অস্থিৰতা প্রতিৰোধ কৰিব পাৰে।এই নিমজ্জিত পাম্প সমূহ কুঁৱা, চাম্পচ্, পানী- টেঙ্কৰ লগতে বাগিছাত পানী দিয়া, স্প্রিঙ্কলাৰচ্ আৰু প্রচলিত জল সৰবৰাহত ব্যাপক ভাবে ব্যবহাৰ কৰা হয়।

  • Head : 23 – 251 Meters
  • Capacity : 5 to 350 LPM
  • Rating : 0.37 Kw/ 0.5 HP to 4.1 Kw/ 5.5HP
  • Voltage Range : 1 Phase (180 to 240)
  • 3 Phase (280 to 440)

Motor

  • Motor Housing : Stainless Steel
  • Motor shaft : Stainless Steel
  • Motor Topshield : Cast Iron (Ni plated)
  • All Hardware : Stainless Steel

Impeller : NORYL

Motor Body : SS

Pump Shaft : SS410

  • বিজুলী কম ক্ষয়
  • সৰ্বোত্তম কাৰ্যক্ষমতাৰ বাবে কৰা ডিজাইন
  • পানী পূৰ্ণ মটৰ
  • ক্ষয় ৰোধ বঢ়াবৰ বাবে হেক্সা ৰাবাৰ বুশ্ব আৰু ষ্টেইনলেচ্ ষ্টীল শ্লীভচ।
  • নিৰ্গমন পথত বেকফ্লো ৰোধ কৰিবৰ বাবে NRV লগোৱা থাকে।
  • মামৰে ধৰা আৰু ঘৰ্ষন প্রতিৰোধক অংশ ।
  • গতিশীল ভাৰসাম্য আবৰ্তিত অংশ সমূহৰ কাৰণে, কম কম্পন আৰু নিম্ন শব্দৰ স্তৰ ।
  • লঘূ ওজন আৰু সুগঠিত ডিজাইনে ইয়াক সহজতে স্থাপন কৰাত সহায় কৰে।
  • HDPE/UPVC/GI পাইপৰ সৈতে স্থাপন কৰিব পৰা যায় ।
  • অনুভূমিক ভাবেও স্থাপন কৰিব পৰা যায় ।
Download Brochure

অন্যান্য উৎপাদক

পোৰ্টেবল ডিজেল ইঞ্জিন
পোৰ্টেবল ডিজেল ইঞ্জিন
ৰোটাৰী টিলাৰ
ৰোটাৰী টিলাৰ
পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ

এতিয়াই যোগদান কৰক সাময়িক ভাবে ৰেহাই মূল্য আপোনাৰ মেইলত প্রতক্ষ্যভাবে পাবৰ কাৰণে

এক উজ্বল ভবিষ্যত গঢ়িবৰ বাবে ইন্দ্র মাৰ্শ্বলৰ অংশ হওঁক।