কন্ভেনশ্বনেল ডিজেল ইঞ্জিন

/কন্ভেনশ্বনেল ডিজেল ইঞ্জিন
কন্ভেনশ্বনেল ডিজেল ইঞ্জিন 2018-10-23T11:08:26+00:00

Project Description

কৃষি বজাৰত,আমি গ্রাহকৰ প্রয়োজনীয়তা অনুসৰি অভিপ্রায়িত শক্তি 1.5 HP পৰা 10 HPলৈ কাৰ্যকৰ কৰো, আমি বিভিন্ন প্রকাৰৰ বায়ু / পানী ঠান্ডা গুণমান সম্পন্ন ডিজেল পাম্পচেট আৰু অধিকাংশ কৃষিভিত্তিক প্রয়োগকাৰী কৃষি ইঞ্জিন প্রস্তুত কৰো ।
আমাৰ পাম্পচেট সমূহে সমগ্র ভাৰতবৰ্ষত হাঁহিৰ জল সৰবৰাহ কৰিছে। আমাৰ বিশ্বাসযোগ্য কাৰ্যক্ষমতা,ফুৱেল দক্ষতা আৰু নিৰবচ্ছিন্ন বিক্ৰিৰ পিছৰ সেৱাৰ কাৰণে, আমি সকলোতকৈ পচন্দৰ ব্রেন্ড সমূহৰ মাজৰ এটা।

IM1, IM65, JIM1

টাইপ্: ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, ৱাটাৰ-কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম: ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 6.5 লি

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়।

কুলিং: ইঞ্জিন কুলিং ৰান থ্রু ৱাটাৰ চাপ্লাই বা ৰেডিয়েটৰ / টেঙ্ক কুলিং ৰ দ্বাৰা ব্যবস্থা কৰা হয়।

গভাৰ্নিং: ক্লাচ B1টাইপ।

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: হেন্ড ষ্টাৰ্টিং

ড্রাইভ: ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

  • পাম্পচেটচ্
  • এয়াৰ কম্প্রেচৰ
  • নিৰ্মাণ স্থান
  • টেঙ্কাৰ
Engine Model IM 1 IM 65 JIM 1 DLX
No. of Cylinders 1 1 1
BorexStroke (mm) 80×110 85×110 85×80
Cubic Capacity (Ltr.) 0.553 0.624 0.454
Compression ratio 16.5:1 16.5:1 18:1
Rated output kw (HP)@RPM as per IS:11170:1985 3.7(5)@1500 RPM 4.8(6.5)@1500 RPM 3.7(5.0)@1500 RPM
SFC (gm/kW-h) 245 251 243
Lube Oil Sump Capacity (Ltr.) 3.7 3.7 1.7
Overall dimension of standard engine 617(L)x504(W)x843(H)mm 617(L)x504(W)x843(H)mm 450(L)x430(W)x670(H)mm
Crankshaft center height (mm) 203.2 203.2 203.2
Dry weight of engine with flywheel (kg) 130 130 90
MODEL JIMW2+ IMW2+ IMW2+
RECO. PRIME MOVER HP 5 5 6.5
RPM 1500 1500 1500
SUCTION (MM) 80 80 80
DELIVERY (MM) 65 65 65
HEAD RANGE (METERS) 12 TO 18 12 TO 18 12 TO 18
DISCHARGE RANGE (LPS) 22 TO 10.8 22 TO 10.8 22 TO 10.8
DUTY POINT (METERS) 15 15 16
DISCHARGE AT DUTY POINT (LPM) 900 900 960
LUBRICATING SYSTEM GLAND GLAND GLAND
IMPELLER DIA (MM) 212 223 223
DRY WEIGHT OF PUMP (KG) 31 32 32
FLANGE TYPE YES YES YES
Download Brochure

IM T1, IM S1, IM K1

টাইপ্: ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, ৱাটাৰ-কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম: ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 6.5/11.5 লি

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়। লুউব অইল, গিয়েৰ টাইপ লুব অইল পাম্পৰ দ্বাৰা আন্ডাৰ প্রেচাৰ চাপ্লাই কৰা হয়।

লুব অইল চাম্প কেপাচিটি: 3.7লি ডিপষ্টিকত থকা হায়াৰ লেভেল মাৰ্কলৈকে।

কুলিং: ইঞ্জিন কুলিং ৰান থ্রু ৱাটাৰ চাপ্লাই বা ৰেডিয়েটৰ / টেঙ্ক কুলিং ৰ দ্বাৰা ব্যবস্থা কৰা হয়।

গভাৰ্নিং: ক্লাচ B1টাইপ।

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: হেন্ড ষ্টাৰ্টিং

ড্রাইভ: ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

  • পাম্পচেটচ্
  • এয়াৰ কম্প্রেচৰ
  • নিৰ্মাণ স্থান
  • টেঙ্কাৰ
Engine Model IM T1 IMS1 IM K1
No. of Cylinders 1 1 1
BorexStroke (mm) 87.5×110 87.5×110 95×110
Cubic Capacity (Ltr.) 0.661 0.661 0.78
Compression ratio 17.5:1 17.5:1 17.5:1
Rated output kw (HP)@RPM as per IS:11170:1985 5.2(7)@1500 RPM 5.9(8.0)@1800 RPM 5.9(8.0)@1800 RPM
SFC (gm/kW-h) 251 251 251
Overall dimension of standard engine 617(L)x504(W)x877(H)mm 617(L)x532(W)x877(H)mm 617(L)x532(W)x877(H)mm
Crankshaft center height (mm) 203.2 203.2 203.2
Dry weight of engine with flywheel (kg) 136 178 180
MODEL IMW2+ IMW4+
RECO. PRIME MOVER HP 8 8
RPM 1800 1800
SUCTION (MM) 80 100
DELIVERY (MM) 65 100
HEAD RANGE (METERS) 14 TO 21 8 TO 16
DISCHARGE RANGE (LPS) 25 TO 12 37 TO 20
DUTY POINT (METERS) 20 14
DISCHARGE AT DUTY POINT (LPM) 1020 1500
LUBRICATING SYSTEM GLAND GLAND
IMPELLER DIA (MM) 212 188
DRY WEIGHT OF PUMP (KG) 31 39
FLANGE TYPE YES YES
Download Brochure

IM A65, IM AT1

টাইপ্: ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, এয়াৰ-কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম: ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 11.5 লি

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়। লুউব অইল, গিয়েৰ টাইপ লুব অইল পাম্পৰ দ্বাৰা আন্ডাৰ প্রেচাৰ চাপ্লাই কৰা হয়।

লুব অইল চাম্প কেপাচিটি: 3.7লি ডিপষ্টিকত থকা হায়াৰ লেভেল মাৰ্কলৈকে।

কুলিং: ইঞ্জিন কুলিং ৰান থ্রু ৱাটাৰ চাপ্লাই বা ৰেডিয়েটৰ / টেঙ্ক কুলিং ৰ দ্বাৰা ব্যবস্থা কৰা হয়।

গভাৰ্নিং: ক্লাচ B1টাইপ।

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: হেন্ড ষ্টাৰ্টিং

ড্রাইভ: ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

  • পাম্পচেটচ্
  • এয়াৰ কম্প্রেচৰ
  • নিৰ্মাণ স্থান
  • টেঙ্কাৰ
  • অল্টাৰনেটৰ
Engine Model IM A65 IM AT1
No. of Cylinders 1 1
BorexStroke (mm) 85×110 87.5×110
Cubic Capacity (Ltr.) 0.624 0.661
Compression ratio 16.5:1 17.5:1
Rated output kw (HP)@RPM as per IS:11170:1985 4.8 (6.5) 5.2 (7)
SFC (gm/kW-h) 251 251
Overall dimension of standard engine 617(L) x 504(W) x 843(H)mm 617(L) x 504(W) x 877(H)mm
Crankshaft center height (mm) 203.2 203.2
Dry weight of engine with flywheel (kg) 130 136
MODEL IMW2+
RECO. PRIME MOVER HP 6.5
RPM 1500
SUCTION (MM) 80
DELIVERY (MM) 65
HEAD RANGE (METERS) 12 TO 18
DISCHARGE RANGE (LPS) 22 TO 10.8
DUTY POINT (METERS) 16
DISCHARGE AT DUTY POINT (LPM) 960
LUBRICATING SYSTEM GLAND
IMPELLER DIA (MM) 223
DRY WEIGHT OF PUMP (KG) 32
FLANGE TYPE YES
Download Brochure

IM A8.5G, IM A10G, IM A12G

টাইপ্: ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, এয়াৰ-কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম: ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 11.5 লি

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়। লুউব অইল, গিয়েৰ টাইপ লুব অইল পাম্পৰ দ্বাৰা আন্ডাৰ প্রেচাৰ চাপ্লাই কৰা হয়।

লুব অইল চাম্প কেপাচিটি: 3.7লি ডিপষ্টিকত থকা হায়াৰ লেভেল মাৰ্কলৈকে।

কুলিং: ইঞ্জিন কুলিং ৰান থ্রু ৱাটাৰ চাপ্লাই বা ৰেডিয়েটৰ / টেঙ্ক কুলিং ৰ দ্বাৰা ব্যবস্থা কৰা হয়।

গভাৰ্নিং: ক্লাচ A2 টাইপ।

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: হেন্ড ষ্টাৰ্টিং

ড্রাইভ: ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

  • এয়াৰ কম্প্রেচৰ
  • নিৰ্মাণ স্থান
  • অল্টাৰনেটৰ
Engine Model IMA 8.5G IMA 10G IMA 12G
No. of Cylinders 1 1 1
BorexStroke (mm)</td > 95×110 102×116 114.3×116
Cubic Capacity (Ltr.) 0.78 0.948 1.28
Compression ratio 17.5:1 17.5:1 17.5:1
Rated output kw (HP)@1500RPM 6.25 (8.5) 7.4 (10) 8.8 (12)
SFC (gm/kW-h) 251 251 251
Fuel Tank Capacity (Ltr.) 11.5 11.5 11.5
Lube Oil Sump Capacity (Ltr.) 3.75 3.75 3.75
Overall dimension of standard engine (LxWxH) 685 x 532 x 850 mm 686 x 532 x 850 mm 687 x 532 x 860 mm
Crankshaft center height (mm) 203.2 203.2 203.2
Dry weight of engine with flywheel (kg) 200 200 220
Download Brochure

অন্যান্য উৎপাদক

মাল্টি ফুৱেল ডিজেল ইঞ্জিন পাম্পচেট
মাল্টি ফুৱেল ডিজেল ইঞ্জিন পাম্পচেট
পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ
ইলেক্ট্রিকেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন

এতিয়াই যোগদান কৰক সাময়িক ভাবে ৰেহাই মূল্য আপোনাৰ মেইলত প্রতক্ষ্যভাবে পাবৰ কাৰণে

এক উজ্বল ভবিষ্যত গঢ়িবৰ বাবে ইন্দ্র মাৰ্শ্বলৰ অংশ হওঁক।