কম্প্রেচৰচ্

/কম্প্রেচৰচ্
কম্প্রেচৰচ্ 2018-09-26T08:26:12+00:00

Project Description

আমি উৎপাদন, লেনদেন আৰু বায়ু সংকুচকাৰী, বায়ু সংকুচকাৰী AMC সেৱা আৰু বায়ু সংকুচকাৰী মেৰামতি সেৱা প্রদান কৰাৰ লগত জড়িত। এই উৎপাদক সমূহ বহুতো গ্রাহকৰ দ্বাৰা ব্যাপক ভাবে চাহিদাপূৰ্ণ যি এইবোৰ বিভিন্ন সামগ্রীত ব্যবহাৰ কৰে যত বায়ু সংকুচকাৰী প্রয়োজন হয়।আমি উচ্চ কাৰ্যক্ষমতাৰ তত্ব, ফলাফল ভিত্তিক প্রচেষ্টা আৰু উৎপাদক সমূহ প্রদানৰ বাবে উপযুক্ত সমাধান দিয়াত বিশ্বাস ৰাখো। সেইকাৰণে, আমি প্রদান কৰা উৎপাদক সমূহে আমাৰ গ্রাহক সকলক তেওঁলোকৰ খৰচ সঞ্চয় কৰাত সহায় কৰে আৰু তেওঁলোকৰ উৎপাদকৰ পৰা দক্ষতা লাভ কৰব পাৰে, যিহেতু এইবোৰ উচ্চ কাৰযক্ষমতা যুক্ত আৰু গ্রাহকৰ পৰিতুষ্টিৰ স্তৰত কাৰ্য সম্পন্ন কৰে। বৰ্তমান, আমি দীৰ্ঘ কালৰ বাবে বিশ্বস্ত গ্রাহকৰ দীঘলীয়া তালিকাৰ সৈতে যুক্ত হৈ আছো।

compressor

চিঙ্গল ষ্টেজ কম্প্রেচৰ

চিঙ্গল ষ্টেজ বায়ু সংকুচকাৰী সমূহ সৰু উদ্যোগত লঘূ দায়িত্বৰ, সবিৰাম কাৰ্যক্ষমতাৰ বাবে ব্যবহাৰ কৰা হয়।চিঙ্গল ষ্টেজ বেল্ট ড্রাইভ বিনিময়কাৰী সংকুচকাৰী সমূহ অবিৰত ডিউটি কৰ্যক্ষমতাৰ বাবে ডিজাইন কৰা হৈছে আৰু অধিকাংশ উদ্যোগৰ বাবে উপযুক্ত 10 বাৰ চাপলৈকে উৎপাদন কৰিব পাৰে ।

ৰেঞ্জিং 1 HP পৰা 10 HP লৈ

4.5 CFM পৰা 40 CFM

Model Piston Displacement Pressusre Motor
  Lit/min CFM Kg/cm2g PSIG HP KW
YA 4.5 127 4.5 10.5 150 1.0 0.75
YA 5.3 150 5.3 10.5 150 1.5 1.1
YG 8.3 235 8.3 10.0 140 2.0 1.5
YB 11 312 11.0 10.0 140 3.0 2.2
YB 16 453 16.0 7.0 100 3.0 2.2
YE 20 566 20.0 10.0 140 5.0 3.7
Y2B 30 850 30.0 8.5 120 7.5 5.5
Y2E 40 1133 40.0 8.5 120 10.0 7.5
Download Brochure

টু ষ্টেজ কম্প্রেচৰ

ডাবল ষ্টেজ সংকুচকাৰী ডিজাইন কৰা হৈছে সৰ্বাধিক বায়ু সংকুচন কাৰ্যকৰী কৰিবলৈ যি বিভিন্ন প্রয়োগত প্রয়োজন হয়। ই বিশ্বাসযোগ্যতা আৰু কাৰ্যক্ষমতা প্রদান কৰে যি অধিকাংশ প্রয়োগৰ বাবে উপযুক্ত।

ৰেঞ্জিং 2 HP পৰা 15 HP লৈ

7.75 CFM পৰা 55 CFM

Model Piston Displacement Pressusre Motor
  Lit/min CFM Kg/cm2g PSIG HP KW
YAB 7.75 219 7.75 12.0 170 2.0 1.5
YAB 7.75 219 7.75 15.0 215 3.0 2.2
YAB 11 312 11.0 12.0 170 3.0 2.2
YAB 11 312 11.0 15.0 215 5.0 3.7
YAE 20 566 20.0 12.0 170 5.0 3.7
YAE 20 566 20.0 15.0 215 7.5 5.5
Y2BC 26 736 26.0 15.0 215 7.5 5.5
Y2BC 30 850 30.0 12.0 170 10.0 7.5
Y2BC 35 991 35.0 15.0 215 10.0 7.5
Y2EC 40 1133 40.0 10.5 150 10.0 7.5
Y2FC 45 1274 45.0 12.0 170 12.5 9.4
Y2FC 55 1556 55.0 12.0 170 15 11.0
Download Brochure

অইল ফ্রি কম্প্রেচৰ

সংকটপূৰ্ণ পৰিবেশত, এইটো অপৰিহাৰ্য যাতে সঙ্কুচিত বায়ু 100% তেল মুক্ত থাকে।
উদাহৰণ-খাদ্য আৰু পানীয়, ফাৰ্মাসিউটিক্যেলচ্, হস্পিটেল

ৰেঞ্জিং 1 HP পৰা 10 HP লৈ

4.5 CFM পৰা 35 CFM

Model Piston Displacement Pressusre Motor
  Lit/min CFM Kg/cm2g PSIG HP KW
YCT 4.5 127 4.5 7.0 100 1.0 0.75
YECT 7.5 212 7.5 10.5 150 2.0 1.5
YECT 10.5 297 10.5 10.5 150 3.0 2.2
YECT 17.5 496 17.5 10.5 150 5.0 3.7
Y2ECT 30 850 30.0 10.5 150 7.5 5.5
Y2ECT 35 991 35.0 10.5 150 10 7.5
Download Brochure

চিঙ্গল ষ্টেজ ভেকুৱাম পাম্পচ্

ভেকুৱাম পাম্প সমূহ সুসংহিত, মিতব্যয়িতা আৰু সাপেক্ষতাৰ বাবে কৌশলতাৰে বনোৱা হৈছে। আৰু নিম্নতম ৰক্ষণাবেক্ষণ যুক্ত শ্রেষ্ঠ অপাৰেটং দক্ষতা প্রদানেৰে এইটো চাহিদাপূৰ্ণ প্রয়োগৰ প্রথম পছন্দ।

ৰেঞ্জিং 1 HP পৰা 3 HP লৈ

7.75 CFM পৰা 40 CFM

Model Piston Displacement Pressusre Motor
  Lit/min CFM Kg/cm2g PSIG HP KW
YVB 11 312 11 29.0 736.6 1.0 0.75
YVE 20 566 20 29.0 736.6 1.5 1.1
Y2VE 40 1132 40 29.0 736.6 3.0 2.2
Download Brochure

অন্যান্য উৎপাদক

পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ
ডিজেল ইঞ্জিন
ডিজেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন

Join Now To Get Seasonal Discounts Directly To Your Mail

Become Part of Indra Marshal for Creating A Bright Future.