পাৱাৰ টিলাৰ

/পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ 2018-10-23T11:09:53+00:00

Project Description

পাৱাৰ টিলাৰক 14.6 HP@2000R.P.M. ৰ দ্বাৰা চালিত খোজকঢ়া ট্রেক্টৰ বুলিও উল্লেখ কৰা হয়। ই এক বহুমূখী কৰ্মশক্তি সম্পন্ন যন্ত্র,যি এখন ট্রেক্টৰৰ সকলো কাৰ্য কৰিব পাৰে।আদৰ্শভাবে সিক্ত মাটি ঘোলা কৰা, শুষ্ক ভূমি কৰ্ষন, ৰিড্জিং, পানী পাম্প কৰা আৰু স্প্রেইংৰ দ্বৰে জনপ্রিয় ব্যবহাৰৰ সৈতে সৰু কৃষক সকলৰ বাবে উপযুক্ত। ইয়াক 1.4 টনৰ ধাৰণ ক্ষমতাযুক্ত ট্রেইলাৰৰ সৈতে সংযুক্ত কৰি পৰিবহনৰ বাবে ব্যবহৰ কৰিব পাৰি।

  • Name – Indra Marshal – Power Tiller
  • Overall Dimensions (L x W x H) : 2870 x 975 x 1260 mm
  • Weight (Engine & Transmission with Rotary) : 364 Kg

Bore X Stroke : 100mm x 120mm
Displacement : 942cc
Compression Ratio : 20:1
Power Rating : 10.8 kW
Lph (haulage) : 1.47
Loc Gm/kw/hr : 1.41
Cooling Water : 4.65 Ltr
 

Fuel : High speed diesel
Fuel Tank Capacity : 15.8 ltrs
Nozzle : Multihole (3)

Oil Sump Capacity : 3.2 ltrs
Type : Forced feed Type Trochoid pump
Air Cleaner : Multistage, oil bath type

Type : Side drive rotary transmission
Forward : 6 speeds
Reverse : 2 speeds
Rotary : 2 speeds (optional 4 speeds)
Clutch : Multiple plate dry disc type

Tilling Width : 56.5-57 cm
No. of Tynes : 18
Tilling Depth : 16.7-17.4 cm

অন্যান্য উৎপাদক

পোৰ্টেবল ডিজেল ইঞ্জিন
পোৰ্টেবল ডিজেল ইঞ্জিন
মাল্টি ফুৱেল ডিজেল ইঞ্জিন
মাল্টি ফুৱেল ডিজেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন

এতিয়াই যোগদান কৰক সাময়িক ভাবে ৰেহাই মূল্য আপোনাৰ মেইলত প্রতক্ষ্যভাবে পাবৰ কাৰণে

এক উজ্বল ভবিষ্যত গঢ়িবৰ বাবে ইন্দ্র মাৰ্শ্বলৰ অংশ হওঁক।