পৰ্টেবল ইঞ্জিনচ্

/পৰ্টেবল ইঞ্জিনচ্
পৰ্টেবল ইঞ্জিনচ্ 2018-10-23T11:07:24+00:00

Project Description

আমাৰ পোৰ্টেবল ডিজেল ইঞ্জিন পাম্পচেট সমূহ ইয়াৰ গুণৰ বাবে ব্যাপকভাবে প্রশংসিত হৈছে, আপোনালকক এক বিশিষ্ট হৰাইজন্টেল পোৰ্টেবল পাম্পচেট প্রদান কৰি আমি অতিশয় আনন্দিত হৈছো।এইটো কঢ়িয়াবলৈ সহজ আৰু আনন্দেৰে ডিজাইন কৰা হৈছে, এইটো ভূল হোৱাৰ কোনো আশংকা নোহোৱাকৈ শ্রেষ্ঠ উপাদান আৰু প্রতিদ্বন্দিহীন কৌশল প্রয়োগ কৰি উৎপাদন কৰা হৈছে।প্রেৰণ কৰাৰ আগতে আমাৰ প্রফেশ্বনেলৰ দ্বাৰা নিখুত ভাবে পৰীক্ষা কোৱা হয়, এইটো আপোনাক নিখুত ভাবে বিতৰণ কৰা হয়।
আমাৰ পাম্পচেট সমূহে সমগ্র ভাৰতবৰ্ষত হাঁহিৰ জল সৰবৰাহ কৰিছে। আমাৰ বিশ্বাসযোগ্য কাৰ্যক্ষমতা, ফুৱেল দক্ষতা আৰু নিৰবচ্ছিন্ন বিক্ৰিৰ পিছৰ সেৱাৰ কাৰণে, আমি সকলোতকৈ পচন্দৰ ব্রেন্ড সমূহৰ মাজৰ এটা।

IML 500 WC, IML 650 WC

টাইপ্: হৰাইজন্টেল চিঙ্গল চিলিন্ডাৰ, ৱাটাৰ-কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম:ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 6/10 লি

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়।

কুলিং: ইঞ্জিন কুলিং ৰান থ্রু ৱাটাৰ চাপ্লাই বা ৰেডিয়েটৰ / টেঙ্ক কুলিং ৰ দ্বাৰা ব্যবস্থা কৰা হয়।

গভাৰ্নিং: ক্লাচ B1 টাইপ

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: হেন্ড ষ্টাৰ্টিং

ড্রাইভ : ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

অপশ্বনেল:ফ্লেক্সিবল কাপলিং, পুলি কি টাইপ বা ড্রাম টাইপ, ৱাটাৰ কুলিং এৰেঞ্জমেন্ট, এক্সটেনশ্বন শ্বাফট্ ।

  • পাম্পচেটচ্
  • এয়াৰ কম্প্রেচৰ
  • নিৰ্মাণ স্থান
  • টেঙ্কাৰ
  • অল্টাৰনেটৰ
  • ৰিপাৰ
  • লন মৱাৰ
Model IML 50W/C Regular IML 500W/C DLX IML 650 W/C DLX
Type Single Cylinder, 4-Stroke, Horizontal, Water Cooled Single Cylinder, 4-Stroke, Horizontal, Water Cooled Single Cylinder, 4-Stroke, Horizontal, Water Cooled
Bore & Stroke (mm) 78×65 70×70 75×80
Comression Ratio 22:1 22:1 19:1
Declared Power (HP/Kw) 5/3.7 5/3.7 6.5/4.8
Declared Speed (RPM) 2600 2600 2600
Specific Fuel Consumption (g/Kw-h) 241 241 280
Fuel Tank Capacity (Ltr.) 6 10 10
Starting method Hand Starting Hand Starting Hand Starting
Net weight (kg) 38 56 58
Lub. Oil Sump Capacity (Ltr.) 1.8 1.8 2
Overall dim. (mm) (LxWxH) 485x310x420 540x330x420 587x343x460
Model IM 3030/IM 3030 OS IM 3025/IM 3025 OS IM 3025 HH ILP 3025
Size (inch/mm) 3″x3″ / 80×80 3″x2.5″ / 80×65 3″x2.5″ / 80×65 3″x2.5″ / 80×65
Pump Type Centrifugal/ Non Self Priming/ Without Flange Centrifugal/ Non Self Priming/ Without Flange Centrifugal/ Non Self Priming/ With Flange Centrifugal/ Non Self Priming/ With Flange
Head Range (M)-5 HP 10-26 9-28 9-36 7-28
Head Range (M)-6.5 HP 10-30 10-36 9-44 10-29
Discharge Range (LPS)-5 HP 16-7 16-10 18-5 16-7
Discharge Range (LPS)-6.5 HP 20-14 20-14 16-4 16-4
Packing Gland / Oil Seal Gland / Oil Seal Gland Mech. Seal
Download Brochure

IML 400 AC, IML 500 AC

টাইপ্:হৰাইজন্টেল চিঙ্গল চিলিন্ডাৰ, এয়াৰ কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম:ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 4.5 লি

গভাৰ্নিং: ক্লাচ B1 টাইপ

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: হেন্ড ষ্টাৰ্টিং

ড্রাইভ : ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

অপশ্বনেল:ফ্লেক্সিবল কাপলিং, পুলি কি টাইপ বা ড্রাম টাইপ, ৱাটাৰ কুলিং এৰেঞ্জমেন্ট, এক্সটেনশ্বন শ্বাফট্ ।

  • পাম্পচেটচ্
  • কুঁহিয়াৰ ক্রেশ্বাৰ
  • ৰিপাৰ
  • লন মৱাৰ
  • এয়াৰ কম্প্রেচৰ
MODEL IML 400 IML 500
Type Single cylinder, 4-Stoke, Horizontal, Air Cooled
Bore & Stroke (mm) 70 x 70 75 x 75
Compression Ratio 22:1 22:1
Declared Power (HP/KW) 4/2.9 5/3.7
Declared Speed (RPM) 2600 2600
Specific Fuel Consumption (g/km-h) 279 287
Fuel Tank Capacity (Ltr.) 4.5 4.5
Starting method Hand Starting Hand Starting
Net weight (kg) 44 50
Lub. oil Sump Capecity (Ltr.) 1.2 1.4
Overall dim. (mm) (LxWxH) 520x335x425 540x330x420
MODEL IM 3030/ IM 3030 OS IM 3025/ IM 3025 OS IM 3025HH ILP 3025
Size (inch/mm) 3″x3″/80×80 3″x2.5″/80×65 3″x2.5″/80×65 3″x2.5″/80×65
Pump Type Centrifugal/ Non Self Priming/ Without Flange Centrifugal/ Non Self Priming/ Without Flange Centrifugal/ Non Self Priming/ With Flange Centrifugal/ Non Self Priming/ With Flange
Head Range (m)-4 HP 09-20 8-20 8-30 7-18
Head Range (m)-5 HP 10-26 9-28 9-36 7-28
Discharge Range (LPS)-4 HP 14-4 15-6 14-5 15-5
Discharge Range (LPS)-5 HP 16-7 16-10 18-5 16-7
Packing Oil Seal Oil Seal Gland Mech. Seal
Total Weight- 4 HP Pump Set (Kg) Appx. 62 62 72 61
Total Weight- 5 HP Pump Set (Kg) Appx. 68 68 78 67
Total Weight – 6.5 HP Pump Set (Kg( Appx. 79 78 88 78
Download Brochure

YDP 30 BCL, YDP 40 CL

টাইপ্: ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, এয়াৰ কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম:ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

ফুৱেল টেঙ্ক কেপাচিটি: 2.5/5.5 লি

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়।

গভাৰ্নিং: ক্লাচ B1 টাইপ

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: ৰিকইলাৰ

ড্রাইভ : ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

  • DG
  • ৰিপাৰ
  • পাম্পচেটচ্
  • নিৰ্মাণ স্থান
  • অটোমবাইল
MODEL YD 170 YD 186
Type Single-cylinder,vertical,4-stroke air-cooled diesel engine Single-cylinder,vertical,4-stroke air-cooled diesel engine
Bore & Stroke (mm) 70×55 86×72
Displacement (cc) 211 406
Declared Power (HP/KW) 4/2.8 8.5/6.3
Declared Speed (RPM) 3600 3600
Fuel Tank Capacity (Ltr.) 2.5 5.5
Starting Method Recoil Recoil
Net Weight (kg) 27 47
Dry Weight (Electric) (kg) 32 52
Lub. Oil Sump Capecity (Ltr.) 0.75 1.65
Overall Dim. (mm) (L x W x H) 430x375x455 520x475x550
MODEL YDP 30 BCL YDP 40 CL
Suction Port Dia (mm) 80 (3 inch) 100 (4 inch)
Discharge Port Dia (mm) 80 100
Max Capacity (m’/h) 45 75
Rated Capacity (m’/h) 30 50
Max Head (m) 18 31
Rated Head (m) 18 22
Engine Speed (RPM) 3600 3600
Self-Priming Time (S/4m) 120 180
Max Suction Head (m) 8 8
Engine Model YD 170 YD 186
Cont. Output (kw) 2.8/4 6.3
Displacement (cc) 211 418
Fuel Tank Capacity (L) 11 11
Net Weight (kg) 41 67
Dimension (L x W x H) (mm) 535x470x625 665x490x735
Download Brochure

অন্যান্য উৎপাদক

মাল্টি ফুৱেল ডিজেল ইঞ্জিন
মাল্টি ফুৱেল ডিজেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন
পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ

এতিয়াই যোগদান কৰক সাময়িক ভাবে ৰেহাই মূল্য আপোনাৰ মেইলত প্রতক্ষ্যভাবে পাবৰ কাৰণে

এক উজ্বল ভবিষ্যত গঢ়িবৰ বাবে ইন্দ্র মাৰ্শ্বলৰ অংশ হওঁক।