মাল্টি ফুৱেল

/মাল্টি ফুৱেল
মাল্টি ফুৱেল 2018-09-28T08:22:16+00:00

Project Description

ইন্দ্র মাৰ্শ্বল মাল্টি ফুৱেল পাম্প চেট সমূহ মজবুত আৰু মিতব্যয়ী যি কৃষক সকলক জঞ্জাল মুক্ত কাৰ্য কৰাত সহায় কৰে। ইয়াৰ লঘূ ওজন বৈশিষ্ট্য আৰু শেহতীয়া প্রযুক্তিয়ে সৰ্বাধিক বিশ্বাসযোগ্য কাৰ্যক্ষমতা প্রদান কৰে আৰু বছৰৰ পিছত বছৰ ধৰি সমস্যা মুক্ত সেৱা আগবঢ়োৱাৰ প্রতিশ্রুতি দি আহিছে।ইয়াৰোপৰি, আপোনাক কিছু নিৰ্বাচিত মডেলত ফুট ভালভ্ৰ প্রয়োজন নহয়, যত স্ব প্রিমিং প্রযুক্তি বৈশিষ্ট আছে। আমাৰ পাম্পচেট সমূহে সমগ্র ভাৰতবৰ্ষত হাঁহিৰ জল সৰবৰাহ কৰিছে। আমাৰ বিশ্বাসযোগ্য কাৰ্যক্ষমতা, ফুৱেল দক্ষতা আৰু নিৰবচ্ছিন্ন বিক্ৰিৰ পিছৰ সেৱাৰ কাৰণে, আমি সকলোতকৈ পচন্দৰ ব্রেন্ড সমূহৰ মাজৰ এটা।.

Yamada 150, Yamada 300

টাইপ্:ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, এয়াৰ কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন: অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক লং ষ্টেম নজলৰ কম্বিনেশ্বনৰ সৈতে,ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম:ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়।

গভাৰ্নিং: ক্লাচ B1 টাইপ

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: ৰিকইলাৰ.

ড্রাইভ : ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়, আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

  • পাম্পচেটচ্
  • ৰেইল ড্রিলিং
  • কুঁহিয়াৰ ক্রেশ্বাৰ
  • স্প্রেয়াৰচ্
  • ৰিপাৰ
  • লন মৱাৰ
  • এয়াৰ কম্প্রেচৰ
  • নিডল্ ভাব্রেটৰচ্
  • স্ব প্রিমিং পাম্পচ্
Engine Model Yamada – 150 Yamada – 300
Rated Output / RPM 1.5 HP/3600 RPM 3.1 HP/3600 RPM
Bore x Stroke (mm) 52×46 67×56
Displacement (cc) 97 197
Capacity of Fuel Tank (Ltrs) Diesel 1.50 3.90
Petrol 0.26 0.40
Starting Fuel Petrol Petrol
Running Fuel Diesel Diesel
Air Cleaner Semi Dry Type Semi Dry Type
Capacity of Oil Sump (ml) 400 700
Dry Weight (kg) 10.5 18
Over All Dimension in (mm) (LxWxH) 275x263x340 338x404x423
Model YNK 2020 YNK 2025 YNK 3025
Size (Inch/mm) 2″x2″/50×50 2.5″x2″/65×05 3″x2.5″/80×65
Head Range (m) 9.6 to 13 12.8 to 7.6 6-14
Discharge Range (LPS) 7-4 11-5 15-9
Type Centrifugal/ Non Self Priming Centrifugal/ Non Self Priming Centrifugal/ Non Self Priming
Download Brochure

YSK 15, YSK 30

টাইপ্:ভাৰ্টিকেল চিঙ্গল চিলিন্ডাৰ, এয়াৰ কুলড্, টোটেলি এনক্লোজড্, কম্প্রেচিং ইগনিশ্বন, ফ”ৰ-ষ্ট্রোক চাইডে, কল্ড ষ্টাৰ্টিং, ডিজেল ইঞ্জিন।

কম্বাশ্বন:অপেন টাইপ কম্বাশ্বন চেম্বাৰ এলুমিনিয়াম এলয় পিষ্টনত, এক কাৰ্বোৰেটৰ কম্বিনেশ্বনৰ সৈতে, ফুৱেল কনজাম্পশ্বন কম কৰিবৰ বাবে আৰু সহজ ষ্টাৰ্টিংৰ বাবে।

ফুৱেল চিষ্টেম:ফুৱেল পাম্পলৈ ফুৱেল চাপ্লাই কৰা হয় ফুৱেল টেঙ্কৰ গ্রেভিটি ফীড্ আৰু ফুৱেল ফিল্টাৰৰ দ্বাৰা।

লুব্রিকেশ্বন্: ইঞ্জিনৰ চলন্ত অংশ আংশিকভাবে ফৰ্চ ফীডৰ দ্বাৰা আৰু আংশিকভাবে স্প্লেচ্ লুব্রিকেশ্বনৰ দ্বাৰা লুব্রিকেট কৰা হয় । বাই পাচ ফিল্টাৰ লুব্রিকেটিং অইল চাফা কৰিবৰ বাবে প্রদান কৰা হয়।

গভাৰ্নিং: ক্লাচ B1 টাইপ

ৰোটেশ্বন: ষ্টেন্ডাৰ্ড ৰোটেশ্বন ফ্লাইহুইল এন্ডৰ পৰা ক্লকৱাইজ হয়। বিশিষ্ট প্রয়োজনৰ বিপৰিতে এন্টি ক্লকৱাইজ ৰোটেশ্বনৰ সৈতে ইঞ্জিন নিৰ্মাণ কৰিব পৰা যায়।

ষ্টাৰ্টিং: ৰিকইলাৰ.

ড্রাইভ :ষ্টেন্ডাৰ্ড পাৱাৰ টেক-অফ্ ফ্লাইহুইল চাইডৰ পৰা হয়। বিশিষ্ট প্রয়োজনত, পাৱাৰ টেক-অফ্ গিয়েৰ এন্ডৰ পৰা হয়,আধা বা সম্পূৰ্ণ ইঞ্জিন স্পীড প্রদান কৰিব পৰা যায় ।

ষ্টেন্ডাৰ্ড ইকুইপমেন্ট: ষ্টাৰ্টিং হেন্ডেল, এক্সহোষ্ট চাইলেন্সাৰ, এয়াৰ ক্লিনাৰ, চেট অফ টুলচ্ ।

  • পাম্পচেটচ্
  • ৰেইল ড্রিলিং
  • কুঁহিয়াৰ ক্রেশ্বাৰ
  • স্প্রেয়াৰচ্
  • ৰিপাৰ
  • লন মৱাৰ
  • এয়াৰ কম্প্রেচৰ
  • নিডল্ ভাব্রেটৰচ্
  • স্ব প্রিমিং পাম্পচ্
Engine Model YSK – 15 YSK – 30
Rated Output / RPM 1.5 HP/3600 RPM 3.1 HP/3600 RPM
Bore x Stroke (mm) 52×46 67×56
Displacement (cc) 97 197
Capacity of Fuel Tank (Ltrs) Diesel 1.50 3.90
Petrol 0.26 0.40
Starting Fuel Petrol Petrol
Running Fuel Diesel Diesel
Air Cleaner Semi Dry Type Semi Dry Type
Capacity of Oil Sump (ml) 400 700
Dry Weight (kg) 10.5 18
Over All Dimension in (mm) (LxWxH) 275x263x340 338x404x423
PUMP SPECIFICATION YSK 15 YSK 30
Size (Inch/mm) 1.5″x1.5″/40×40 3″x3″/80×80
Total Head (m) 36 28
Max. Discharge (LPM) 200 1000
Priming Self Priming Self Priming
Download Brochure

অন্যান্য উৎপাদক

পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ
কন্ভেনশ্বনেল ডিজেল ইঞ্জিন
কন্ভেনশ্বনেল ডিজেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন

Join Now To Get Seasonal Discounts Directly To Your Mail

Become Part of Indra Marshal for Creating A Bright Future.