ৰোটাৰী টিলাৰ

/ৰোটাৰী টিলাৰ
ৰোটাৰী টিলাৰ 2018-10-23T11:09:14+00:00

Project Description

ৰোটাৰী টিলাৰ এক স্বচালিত কৃষক যি কাঁটা অথবা ব্লেড আবৰ্তিত কৰাৰ দ্বাৰা ভূমিৰ ওপৰত কাৰ্য কৰে ।ইন্দ্র মাৰ্শ্বল ৰোটাৰী টিলাৰ 5 – 8 -HPপৰিসৰত পোৱা যায় ।ৰোটাৰী টিলাৰৰ মূখ্য ব্যবহাৰত অন্তৰ্ভূ্ক্ত হৈছে মাটি কৰ্ষন কৰা।মাটিত থকা মাটিৰ মন্ডসমূহ ভাঙি,এক টিলাৰে মাটিখিনি গছ ৰোপন বা বনষ্পতিৰ অন্যত্র ৰোপনৰ বাবে প্রস্তুত কৰে। ৰোটাৰী টিলাৰৰ আন এক ব্যবহাৰ হৈছে ট্রেন্সিং। ৰোটাৰী টিলাৰ, আকাঙ্খিত এলেকাত মাটি ভাঙিব আৰু ধুলি খান্দি উলিয়াবৰ বাবে পৰিচালনা কৰাত ব্যবহাৰ কৰিব পাৰি।যদি তাতে এক ডাঠ ধুলিৰ তৰপ থাকে যি ট্রেন্সিংৰ সময়ত মাটি কৰ্ষনত বাধা দিয়ে,মাটিত পানীৰ উপস্থাপন কৰা হয়।টিলাৰত বিনিময় কৰিব পৰা ব্লেড আৰু সৰঞ্জাম ব্যবহাৰ হয় যি আকৌ একত্ৰিত কৰি শ্রেডাৰ লগতে গ্রাইন্ডাৰ হিচাপেও ব্যবহাৰ কৰিব পৰা যায়।এইবোৰ ৰক্ষণাবেক্ষণৰ কাম যেনে অলাগতীয়াল গছ গছনি আতৰোৱা অথবা বৰ্ধিত গছ বায়ুপূৰ্ণ কৰা আদি কাৰ্য সম্পাদন কৰাত ব্যবহাৰ কৰা হয়।অতিৰিক্ত ভাবে, এই টিলাৰ সমূহ সাৰ মিশ্রণ কৰা আৰু জৈবিক পদাৰ্থ মাটিলৈ পৰিহন কৰা কাৰ্যত ব্যবহাৰ কৰা হয়।

Rotary Tiller 135

  • মডেল – YD-186
  • টাইপ – ভাৰ্টিকেল 4ষ্ট্রক চিঙ্গল চিলিন্ডাৰ এয়াৰ কুলড্ ডিজেল ইঞ্জিন OHV
  • কম্বাশ্বন চেম্বাৰ- ডাইৰেক্ট ইন্জেকচন
  • মেক্স.টৰ্ক্ – 19.61 N-m@2300
  • মেক্স HP – 7.5HP@3000
  • SFC (স্পেচিফিক ফুৱেল কনজাম্পচন) : 300 gm/Kw-hr
  • গভৰ্ণৰ চিষ্টেম: মেকানিকেল, চেন্ট্রিফিউগেল
  • ষ্টাৰ্টিং চিষ্টেম: মেনুৱেল,ৰিকইলাৰ
  • Fuel : High speed diesel
  • Fuel Tank Capacity : 4.8 ltrs
  • Nozzle : Multihole
  • Oil Sump Capacity : 1.65 ltr
  • Type : Forced feed Cum splash.
  • Air Cleaner : Multistage, Oil bath type
  • Type : Combination of constant & sliding mesh gear
  • Forward : 2 speeds
  • Reverse : 1 speeds
  • Clutch Mode : Wet, Multi Disc with Manual Clutch
  • Tilling Width : 112cm
  • of Tynes : 32
  • Tilling Depth : 6.05-6.30cm
Download Brochure

Rotary Tiller 105

  • মডেল – YD-178
  • টাইপ – ভাৰ্টিকেল 4ষ্ট্রক চিঙ্গল চিলিন্ডাৰ এয়াৰ কুলড্ ডিজেল ইঞ্জিন OHV
  • কম্বাশ্বন চেম্বাৰ– ডাইৰেক্ট ইন্জেকচন
  • মেক্স.টৰ্ক্ – 11.90 N-m@2880 RPM
  • মেক্স HP – 4HP@3000
  • SFC (স্পেচিফিক ফুৱেল কনজাম্পচন) : 279 gm/Kw-hr
  • Bore x Stroke : 78 mm x 62 mm
  • গভৰ্ণৰ চিষ্টেম: মেকানিকেল, চেন্ট্রিফিউগেল
  • ষ্টাৰ্টিং চিষ্টেম: মেনুৱেল, ৰিকইলাৰ
  • Fuel : High speed diesel
  • Fuel Tank Capacity : 3 ltrs
  • Nozzle : Multihole
  • Oil Sump Capacity : 1.1 ltr
  • Type : Forced feed Cum splash.
  • Air Cleaner : Multistage, Oil bath type
  • Type : Combination of constant & sliding mesh gear
  • Forward : 2 speeds
  • Reverse : 1 speeds
  • Clutch Mode : Wet, Multi Disc with Manual Clutch
  • Clutch Standard Pulley (Dia) : 110mm
  • Tilling Width : 110cm
  • No. of Tynes : 32
  • Tilling Depth : 5.45-5.89cm
Download Brochure

অন্যান্য উৎপাদক

পাৱাৰ টিলাৰ
পাৱাৰ টিলাৰ
মাল্টি ফুৱেল ডিজেল ইঞ্জিন
মাল্টি ফুৱেল ডিজেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন
ইলেক্ট্রিকেল ইঞ্জিন

এতিয়াই যোগদান কৰক সাময়িক ভাবে ৰেহাই মূল্য আপোনাৰ মেইলত প্রতক্ষ্যভাবে পাবৰ কাৰণে

এক উজ্বল ভবিষ্যত গঢ়িবৰ বাবে ইন্দ্র মাৰ্শ্বলৰ অংশ হওঁক।